Document Actions


পৰিপুষ্টি

সুস্থ শৰীৰৰ বাবে পুষ্টিকৰ খাদ্য অপৰিহাৰ্য্য। শৰীৰৰ গঠন, বৃদ্ধি আৰু সক্ৰিয় জীৱনৰবাবে সৰুৰে পৰাই মানুহক সুষম আহাৰৰ প্ৰয়োজন। পুষ্টি হৈছে খাদ্য মুলৰ বিজ্ঞান বা আমাৰ শৰীৰৰ ওপৰত খাদ্যৰ প্ৰভাৱ, যিয়ে পুষ্টিকাৰক খাদ্য গ্ৰহণ কৰি সুস্থ জীৱন ধাৰণত সহায় কৰে। সকলো মানুহৰ ক্ষেত্ৰত পুষ্টিকৰ খাদ্যৰ অপৰিহাৰ্য্যতা সমানেই যদিও লিংগ, বয়স, উচ্চতা, ওজন আৰু কাৰ্য্যক্ষমতা ভেদে ইয়াৰ তাৰতম্যতা ঘটে।

তলত ইয়াৰ সবিশেষ বৰ্ণনা দিয়া হৈছে:

 




Powered by Plone CMS, the Open Source Content Management System

This site conforms to the following standards: